অর্থ : গণিতত যুক্ত বা সংযোগ কৰা চিহ্ন
উদাহরণ :
এই অংকৰ প্রশ্নটোত যোগ চিনৰ বিপৰীতে বিয়োগ চিন দিছে
সমার্থক : যোগ চিন
অর্থ : একতকৈ অধিক সংখ্যা লগ লগোৱা কার্য
উদাহরণ :
মুঠ অংকটোৰ যোগ কিমান হʼল ?
অর্থ : যোগশাস্ত্রত নির্দেশিত ইন্দ্রিয়ক দমন কৰিব পৰা কর্ম
উদাহরণ :
তেওঁ প্রতিদিন যোগসাধনা কৰে
সমার্থক : যোগসাধনা