অর্থ : ভয়ানক কিহবাৰ সমাপ্তিৰ বাবে কৰা সন্মিলিত অভিযান
উদাহরণ :
তেওঁ দৰিদ্রতাৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ কৰিলে আমি সন্ত্রাসবাদৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ কৰিব লাগে
সমার্থক : সংগ্রাম
অর্থ : শত্রুতাৰ কাৰণে দুটা ফৈদৰ মাজত অস্ত্র-শস্ত্রৰে কৰা হিংসাত্মক কার্য
উদাহরণ :
মহাভাৰতৰ যুদ্ধ ওঠৰ দিন ধৰি চলিছিল
সমার্থক : যুঁজ, যুঁজ-্বাগৰ, যুদ্ধ-বিগ্রহ, লৰাই, সংঘর্ষ, সমৰ, ্সংগ্রাম, ৰণ