সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বহুত বেছি সময়
উদাহরণ : তেওঁৰ অপেক্ষাত মোৰ এযুগ পাৰ হৈ গʼল
অর্থ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়
উদাহরণ : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???
সমার্থক : কাল, দিন
অর্থ : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়
উদাহরণ : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়
সমার্থক : কাল, সময়
ইনস্টল