সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন
উদাহরণ : তেওঁ এজন ্ সাহসী সৈনিক
সমার্থক : চিপাহী, জোৱান, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা
অর্থ : যিজনে যুদ্ধ কৰে
উদাহরণ : প্রকৃত যোদ্ধাই যুদ্ধভূমিত নিজৰ প্রাণ দিব পাৰে কিন্তু কেতিয়াও পিছ হুহকি নাহে
সমার্থক : যুজন্তা, যুজোঁতা, যুদ্ধকর্তা, যুদ্ধকাৰী, যোদ্ধা, সংগ্রামী, ৰণুৱা
অর্থ : যুদ্ধত কাম অহা
উদাহরণ : ভাৰতে ৰুছ দেশৰ পৰা চাৰিখন যুঁ্জাৰু বিমান ক্রয় কৰিলে
অর্থ : যুঁজ কৰোঁতা, যি পলৰীয়া নহয়
উদাহরণ : যুঁ্জাৰু যোদ্ধা ৰণভূমিত শ্বহীদ হʼল
সমার্থক : যুঁজন্ত্া, যুঁজোঁতা, যুদ্ধকর্তা, যুদ্ধকাৰী, যোদ্ধা
ইনস্টল