অর্থ : যাৰ ৰʼবলৈ বা থাকিবলৈ কোনো নিশ্চিত ঠাই নাই
উদাহরণ :
ভাৰতত আজিও ভালেমান যাযাবৰ জাতি পোৱা যায়
অর্থ : যি বহুত ঘূৰি ফুৰে
উদাহরণ :
যোগীৰাজ হৰিহৰণদেৱ এজন ভ্রমণশীল সাধু
সমার্থক : ভ্রমণ-প্রেমী, ভ্রমণপ্রিয়, ভ্রমণপ্রেমী, ভ্রমণশীল