অর্থ : সোণেৰে বনোৱা মুদ্রা
উদাহরণ :
হৰপ্পাৰ খনন কার্যত কিছুমান সোণৰ মুদ্রা পোৱা গৈছিল
সমার্থক : সোণৰ মুদ্রা, সোণৰ মোহৰ, স্বর্ণ মুদ্রা, স্বর্ণমুদ্রা
অর্থ : সোণ বা ৰূপৰ মুদ্রা
উদাহরণ :
বাদশ্বাহে পুৰস্কাৰ হিচাপে কবিক দুটা সোণৰ মোহৰ দিলে
অর্থ : ধাতুৰ টুকুৰা আদিৰ সহায়ত ছাপ বহুৱাই মোহৰ বনোৱা কার্য
উদাহরণ :
টাকশালত টকা-পইচাৰ ছাপ মৰা হয়