অর্থ : উৎসৱ-পার্বণ আদিৰ সময়ত বা বস্তু আদিৰ ক্রয়-বিক্রয় বা প্রদর্শনীৰ কাৰণে কোনো স্থানত বহুতো লোক একত্রিত হোৱা কার্য
উদাহরণ :
মাঘী পূর্ণিমাৰ দিনা প্রয়াগত মেলা বহে
অর্থ : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া
উদাহরণ :
তেওঁ বিচনাত চাদৰখন মেলি দিলে
সমার্থক : পাৰি দিয়া, বিস্তাৰ কৰা, মেলি দিয়া
অর্থ : কোনো বস্তুৰ প্রসাৰিতকৰণ
উদাহরণ :
তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
সমার্থক : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলি দিয়া