অর্থ : কোনো ব্যক্তিৰ মৃত্যুৰ সৈতে জড়িত প্রমাণ পত্র যিয়ে ব্যক্তিজনৰ মৃত্যু ঘটিছে বুলি প্রমাণ কৰে
উদাহরণ :
পৈতৃক সম্পত্তি নিজৰ নামত কৰিবৰ কাৰণে তাৰ সৈতে জড়িত বিষয়াৰ সন্মুখত নিজৰ পিতৃৰ মৃত্যু-প্রমাণ পত্র দেখুৱাব লগীয়া হয়
সমার্থক : মৃত্যু-প্রমাণ