সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মাৰিত ডাঙৰ গোলাকাৰ লাটুম লগোৱা থকা এবিধ প্রাচীন অস্ত্র
উদাহরণ : ভীম গদা চালনত নিপুণ আছিল
সমার্থক : গদা, মুষল
অর্থ : ব্যায়াম কৰোতে ব্যৱহাৰ কৰা কাঠেৰে বনোৱা দীঘল, গোলাকাৰ আৰু এফালে মুঠি মাৰি ধৰিব পৰা আহিলা
উদাহরণ : পালোৱানজনে মুদ্গৰেৰে কচৰত কৰি আছে
ইনস্টল