অর্থ : দুজন বা ভালেমান ব্যক্তিয়ে পৰস্পৰৰ মাজত মিলামিছা কৰা কার্য
উদাহরণ :
আজি এজন ভাল মানুহৰ সৈতে সাক্ষাৎ হৈছিল
সমার্থক : সাক্ষাৎ
অর্থ : সমুখলৈ আহি কথা কোৱা
উদাহরণ :
তেওঁ ্মোৰ সৈতে মুখা-মুখি হৈ ইটো-সিটো কথা কʼবলৈ ধৰিলে