সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পাতল হোৱা অৱস্থা বা ভাব
উদাহরণ : চিফনৰ কাপোৰ মিহি হয়
সমার্থক : পাতল
অর্থ : যʼত কলা নিপুণতা বা সূক্ষ্মতা ফুটি উঠে
উদাহরণ : ৰেচমী কুর্তাটোত মিহি চিলাই কৰা হৈছে
সমার্থক : সূক্ষ্ম
অর্থ : যাৰ স্থূলতা বা ব্যাস কম
উদাহরণ : এই কাপোৰখন বৰ পাতল
অর্থ : উচ্চ আৰু তীব্র শ্্ব্দ
উদাহরণ : শীলাৰ মাতটো বহুত মিহি
সমার্থক : মিহি মাত
অর্থ : যিটো খহটা নহয়
উদাহরণ : বাঢ়ৈজনে পাটচটা মিহি কৰি আছে
সমার্থক : নিমজ
অর্থ : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে
উদাহরণ : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে
সমার্থক : মধুৰ, মিঠা, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি
ইনস্টল