সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মিল হোৱা কার্য ্ বা ভাব
উদাহরণ : নাটকৰ পৰিসমাপ্তিত নায়ক আৰু নায়িকাৰ মিলন হʼল
সমার্থক : মিলা-প্রীতি, সংযোগ, সমন্বয়
অর্থ : একতকৈ অধিক বস্তু আদিৰ কোনো এঠাইত মিলোৱা বা লগ লগোৱা কার্য
উদাহরণ : অম্ল আৰু ক্ষাৰৰ সংযোগত লৱণ তৈয়াৰ কৰা হয়
সমার্থক : মিল, যোগ, সংযোগ
ইনস্টল