সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এক ঘণ্টাৰ ষাঠি ভাগৰ এভাগ বা ষাঠি ছেকেণ্ডৰ সময়
উদাহরণ : আমি দহ মিনিট ধৰি আপোনাৰ অপেক্ষা কৰি আছোঁ
অর্থ : এক মিনিটত যিমান দূৰ যোৱা হয়, সিমান
উদাহরণ : ইয়াৰ পৰা মোৰ ঘৰলৈ দহ মিনিটৰ বাট
অর্থ : অনিশ্চিত কম সময়
উদাহরণ : আপুনি এখন্তেক ৰওক মই এক চেকেণ্ডত আহিম
সমার্থক : ক্ষণ, খন্তেক, চেকেণ্ড
ইনস্টল