অর্থ : মিছা সাক্ষী দি্ওঁ্তাজন
উদাহরণ :
মিথ্যাবাদী ব্যক্তিয়ে মিছাৰ আশ্রয়ত জীয়াই থাকে
অর্থ : যিয়ে মিছা কথা কয়
উদাহরণ :
সৌজন মিছলীয়া লোক
সমার্থক : অসত্যবাদী, ফাকিবাজ, মিছলীয়া, মিছাকথীয়া, মিথ্যাচাৰী, মিথ্যাভাষী