সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো সত্য নহয়
উদাহরণ : মিছা কথা কোৱা পাপ
সমার্থক : অনৃত, অপ্রকৃত, অসত্য, ফাঁকি, ফাকতি, ফাকি-ফুকা, মিছা
অর্থ : যি সত্যৰ ওপৰত আধাৰিত নহয়
উদাহরণ : সাক্ষীৰ মিছা জবানবন্দীত নি্র্দোষীজনৰ ্ ফাঁচী হʼল
সমার্থক : অপ্রকৃত, অসত্য, আসৈ, ঝুট, ঝুঠা, ফাকি, মিছা
অর্থ : যাৰ কোনো উচিত বা সঠিক আধাৰ নাই
উদাহরণ : মানুহৰ নিজৰ বিষয়ে মিছা অহংকাৰ থাকে
সমার্থক : মিছা
ইনস্টল