অর্থ : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
উদাহরণ :
চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
সমার্থক : ইন্দ্র-জাল, ইন্দ্রজাল, চমৎকাৰ, মায়া জাল, যাদু
অর্থ : সাংসাৰিক জঞ্জাল
উদাহরণ :
তেওঁ ্সাংসাৰিকতাৰ পৰা মুক্ত হৈ সন্যাস লʼলে
সমার্থক : মায়াজাল, সাংসাৰিকতা