অর্থ : যি লিপিত মালায়ালম ভাষা লিখা হয়
উদাহরণ :
এই স্তম্ভটোৰ ওপৰত মালায়ালমত কিবা লিখা আছে
সমার্থক : মালায়ালম লিপি
অর্থ : তামিল ভাষাৰ সৈতে অতি ওচৰৰ সম্বন্ধ থকা এটা দ্রাবিড় পৰিয়ালৰ ভাষা যিটো দক্ষিণ ভাৰতত কোৱা হয়
উদাহরণ :
মই মালয়ালম কʼব পাৰোঁ
সমার্থক : মালয়ালম