অর্থ : কাঁচ, মাটি আদিৰে তৈয়াৰী সৰু গোলাকাৰ খেলৰ সামগ্রী, যিটো সৰু লʼৰা-ছোৱালীয়ে খেলি ভাল পায়
উদাহরণ :
সৰু লʼৰা-ছোৱালীবোৰে মার্বল খেলি আছে
সমার্থক : বিৰিংগুটি
অর্থ : এবিধ খুউব উজ্জ্বল, ধুনীয়া বগা পাথৰ
উদাহরণ :
তাজমহল মার্বল ্ পাথৰেৰে নির্মিত
সমার্থক : মর্মৰ প্রস্তৰ, মার্বল ্পাথৰ