সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে
উদাহরণ :
সমার্থক : মানা, সহা, সহ্য কৰা
অর্থ : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা
উদাহরণ : মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ
সমার্থক : মনা, স্বীকাৰ কৰা
ইনস্টল