অর্থ : এবাৰত লোৱা কোনো বস্তুৰ অংশ বা মান
উদাহরণ :
অধিক পৰিমাণে খোৱাৰ কাৰণে তেওঁ অসুখত পৰিল
সমার্থক : পৰিমাণ
অর্থ : কোনো অক্ষৰ বা বর্ণত ্লগা সেবৰৰ সূচক ৰেখা বা চিহ্ন
উদাহরণ :
কি-ত ই-ৰ মাত্রা আছে
সমার্থক : স্বৰ মাত্রা