সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো লোকৰ জন্ম হোৱা ঠাই বা দেশ অথবা যি ঠাই বা দেশত কোনো লোকৰ জন্ম হৈছে
উদাহরণ : জন্মভূমিৰ ৰক্ষা কৰাটো আমাৰ সকলোৰে পৱিত্র ্কর্তব্য
সমার্থক : জনমভূমি, জন্ম স্থান, জন্মথলী, জন্মভূমি, জন্মস্থান
অর্থ : যি দেশত কোনোবা জন্ম হৈছে
উদাহরণ : ভাৰত মোৰ জন্মভূমি
সমার্থক : জন্মদেশ, জন্মভূমি, পিতৃভূমি
ইনস্টল