অর্থ : বেদব্যাসে ৰচনা কৰা সংস্কৃত মহাকাব্য যʼত কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধৰ বর্ণ্্না আছে
উদাহরণ :
মহাভাৰতৰ অনুবাদ ভালেমান ভাষাত হৈছে
অর্থ : কুৰুক্ষেত্রত কৌৰৱ আৰু পাণ্ডৱৰ মাজত হোৱা যুদ্ধ
উদাহরণ :
মহাভাৰতত ভগৱান কৃষ্ণ অর্জুনৰ ্সাৰথি হৈছিল
সমার্থক : মহাভাৰত যুদ্ধ