সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন জ্ঞান আদিৰ দৃষ্টিত সকলোতকৈ ওপৰৰ
উদাহরণ : এই সন্মিলনত ভালেমান মহান পণ্ডিতে অংশ গ্রহণ কৰিব
সমার্থক : ডাঙৰ
অর্থ : যিজন বৰ ভাল আৰু বহুত সন্মানীয়
উদাহরণ : মহাত্মা গান্ধী এজন মহান ব্যক্তি আছিল
সমার্থক : উদাৰহৃদয়, মহাভাগ, মহামতি, মহৎ, সুমহান
ইনস্টল