অর্থ : মনো বিজ্ঞানৰ জ্ঞাতা
উদাহরণ :
তেওঁ এজন সুপ্রসিদ্ধ মনোবৈজ্ঞানিক
অর্থ : মনোবিজ্ঞানৰ জ্ঞান থকা লোক
উদাহরণ :
এই সন্মিলনখনত দেশ-বিদেশৰ মনোবৈজ্ঞানিকসকলে ভাগ লʼব
সমার্থক : মনোবিজ্ঞানী
অর্থ : মনোবিজ্ঞান বিষয়ত যাৰ ভাৰ দখল আছে
উদাহরণ :
ইয়াত ভাল মনোবৈজ্ঞানিকৰ অভাৱ আছে
সমার্থক : মনোবিজ্ঞানী