অর্থ : মানি লোৱা
উদাহরণ :
ঠেহ পতা ৰাণীয়ে মানিলে
অর্থ : কাৰোবাৰ প্রতি আদৰৰ ভাব ৰখা
উদাহরণ :
মই তেখেতক বহুত মানো
অর্থ : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা
উদাহরণ :
মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ
সমার্থক : মানি লোৱা, স্বীকাৰ কৰা
অর্থ : ধর্মীয় দৃষ্টিৰে কোনো কথাৰ ওপৰত শ্রদ্ধা বা দৃষ্টি ৰখা
উদাহরণ :
মই নিৰাকাৰ ঈশ্বৰক মানো
অর্থ : মহত্ত্ব বুজি পোৱা
উদাহরণ :
এতিয়া মানিবই লাগিব যে তুমি গার্হস্থ্য-বিজ্ঞানৰ অভিজ্ঞ লোক