অর্থ : যিজনে প্রায়েই অত্যধিক মদ পান কৰে
উদাহরণ :
মদাহীটো মদ খোৱাৰ পিছত নলাটোত সৰি পৰিল
সমার্থক : মদাহী
অর্থ : অত্যধিক মদ পান কৰোতা
উদাহরণ :
মদ্যপায়ীয়ে সংসাৰত কিমান যে আলৈ-আহুকালৰ সৃষ্টি কৰে
সমার্থক : তেবাহী মদপী, মদ্যপায়ী