অর্থ : যি প্রায়েই কোনো নিচাৰ সেৱন কৰে
উদাহরণ :
দুজন নিচাখোৰে নিচা খোৱাৰ পিছত নিজৰ মাজতেই থোতা-মোজা লাগিল
সমার্থক : নিচাখোৰ
অর্থ : যিয়ে নিচা লগাবৰ কাৰণে নিচাজাতীয় পদার্থ সেৱন কৰে
উদাহরণ :
নিচাত মাৰপিট কৰাৰ কাৰণে দুজন নিচাখোৰ লোক জেললৈ যাব লগা হʼল
সমার্থক : টং হৈ থকা-, নিচাগ্রস্ত, নিচাসক্ত