অর্থ : সূর্য ্বা চন্দ্রৰ চাৰিওফালে দেখা পোৱা ঘেৰা
উদাহরণ :
সূর্য মণ্ডলত ্ভালেমান গ্রহে পৰিভ্রমণ কৰে
অর্থ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ
উদাহরণ :
তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা
সমার্থক : পৰিধি
অর্থ : ভূগোলত গৰম-ঠাণ্ডাৰ বিচাৰ কৰি পৃথিৱীক ্পাঁচ ভাগত বিভক্ত কৰা ভাগৰ এটা ভাগ
উদাহরণ :
উত্তৰ মেৰু শীতোষ্ণ অঞ্চলত পৰে