অর্থ : কৃত্রিমভাৱে উৎপাদিত হোৱা কোনো বস্তুৰ প্রকাৰ
উদাহরণ :
মটৰ গাড়ীৰ এইটো মডেল বহুত পুৰণা
অর্থ : টিভি, ৰেডিঅʼ আদিৰ মাধ্যমেৰে বা দর্শকৰ সন্মুখত, প্রত্যক্ষ ৰূপত নতুনকৈ উৎপাদিত হোৱা কোনো বস্তুৰ প্রচাৰ চলোৱা ব্যক্তি
উদাহরণ :
মডেলো এক প্রকাৰৰ কলাকাৰ