অর্থ : কোনো খাদ্য বা পানীয় আদি সুগন্ধি আৰু সুস্বাদু কৰিবৰ কাৰণে মিহলোৱা বিশেষ প্রকাৰৰ ভেষজ দ্রৱ্য
উদাহরণ :
মছলাই খাদ্য সুস্বাদু কৰি তোলে জালুক, জিৰা, ধনীয়া আদি মছলা
সমার্থক : মচলা
অর্থ : কোনো বিশেষ কামৰ কাৰণে বনোৱা ঔষধি বা ৰাসায়নিক দ্রৱ্যৰ মিশ্রণ
উদাহরণ :
এই ঢোলটোৰ মছলা এৰাই গʼল
অর্থ : কিছুমান খাদ্য বা পেয় পদার্থ আদিক অধিক সুস্বাদু, গুণযুক্ত কৰিবৰ বাবে প্রযুক্ত পদার্থ
উদাহরণ :
আজিকালি সকলো বস্তু বনাবলৈ তৈয়াৰী মচলা পোৱা যায়
সমার্থক : মচলা