অর্থ : দাইল হিচাপে খোৱা এক ৰঙচুৱা সৰু বীজৰ মাহজাতীয় গছ
উদাহরণ :
খেতিয়কে মচুৰ মাহৰ গছ চপাইছে
সমার্থক : মচুৰ গছ, মচুৰ মাহৰ গছ
অর্থ : দাইল হিচাপে ৰান্ধি খোৱা এক প্রকাৰ দ্বি-উত্তল বীজ
উদাহরণ :
বৈদ্যশাস্ত্রত মচুৰ মাহক কফনাশক, পিত্তনাশক, জ্বৰনাশক বুলি কোৱা হৈছে
সমার্থক : মচুৰ মাহ