সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দূৰত্ব অনুযায়ী সূর্যৰ ্ পৰা চাৰি নম্বৰৰ গ্রহ
উদাহরণ : বৈজ্ঞানিকে মঙ্গল গ্রহৰ বিষয়ে আৰু অধিক তথ্য সংগ্রহৰ চেষ্টা কৰি আছে
সমার্থক : ভৌম, মঙ্গল গ্রহ
অর্থ : সুখ, সমৃদ্ধি তথা কুশলতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা
উদাহরণ : সকলোৰে কল্যাণ হোৱাকৈ কাম কৰা উচিত
সমার্থক : কল্যাণ, ভাল, মংগল, শুভ
ইনস্টল