সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দীঘল ফিচা থকা আৰু চালি ধৰিব পৰা এবিধ অতি ধুনীয়া চৰাই
উদাহরণ : মʼৰা ভাৰতৰ ৰাষ্ট্রীয় চৰাই
সমার্থক : কলাপী, কেকী, বর্হিন, বর্হী, মʼৰা চৰাই, ময়ুৰ, শিখণ্ডী, শিখাধৰ, শিখাবল, সর্পহিংসক, সিতাপাঙ্গ
অর্থ : মʼৰা চৰাইৰ মাইকী
উদাহরণ : এই চিৰিয়াখানাত এজনীও মাইকী মʼৰা নাই
সমার্থক : মাইকী মʼৰা, মাইকী ময়ূৰ, ময়ূৰী
ইনস্টল