সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আগত বা ভৱিষ্যতে হʼবলগীয়া বা তাৰ সৈতে সম্বন্ধিত
উদাহরণ : মই আগন্তুক পৰীক্ষাৰ কাৰণে প্রস্তুতি চলাই আছো
সমার্থক : অনাগত, আগতপ্রায়, আগন্তুক, আসন্ন, আহি থকা-, আহিব লগা-, আহিবলগীয়া, উত্তৰকালীন, প্রত্যাসন্ন, ভৱিতব্য, সন্নিকট, সমাসন্ন
ইনস্টল