সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
উদাহরণ : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
সমার্থক : আস্থা, প্রতীতি, প্রত্যয়, বিশ্বাস, সঁ্জাত, সঞ্জাত
অর্থ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
উদাহরণ : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
অর্থ : যাৰ ওপৰত আশা কেন্দ্রিত হৈ থাকে
উদাহরণ : জয়ৰ বাবে আপুনিয়েই মোৰ আশামোৰ বাবে আপুনিয়েই এক আশা আছিল আৰু আপুনিয়ে উত্তৰ দি দিলে
সমার্থক : আশা
ইনস্টল