অর্থ : যি পত্রত নি্র্বাচিত হোৱা ব্যক্তিৰ নাম, নি্র্বাচন চিহ্ন আদি থাকে তথা যাৰ ওপৰত চিন লগাই ভোটদাতাই কোনো ব্যক্তিৰ পক্ষত নিজৰ মত সাব্যস্ত কৰে
উদাহরণ :
সঠিক ঠাইত চিন নলগোৱাৰ কাৰণে ভালেমান ভোটদান পত্র বাতিল কৰা হʼল
সমার্থক : বেলট পেপাৰ, মতদান পত্র