সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনৰ কোনো নি্র্বাচনত নিজৰ মতামত সাব্যস্ত কৰাৰ অধিকাৰ আছে
উদাহরণ : নি্র্বাচনৰ সময়ত ডাঙৰ-ডাঙৰ নেতায়েও ভোটদাতাৰ ওচৰত নমনীয় হয়
সমার্থক : নি্র্বাচক, মতদাতা
অর্থ : যাৰ মত বা ভোট দিয়াৰ অধিকাৰ থাকে
উদাহরণ : নিজৰ ভোটৰ সুব্যৱহাৰ কৰিবলৈ ভোটদাতা সকললৈ অনুৰোধ জনালো
সমার্থক : ভোটাৰ
ইনস্টল