অর্থ : প্রাণীৰ একে ৰূপতে থকা সকলো অংগৰ সমষ্টি
উদাহরণ :
শৰীৰ ভালে ৰাখিবলৈ ব্যায়াম কৰা উচিত যি দৰে আমি পুৰণা কাপোৰ সলাই নতুন কাপোৰ পিন্ধো সেইদৰে আত্মাইও পুৰণা দেহ ত্যাগ কৰি নতুন দেহত প্রৱেশ কৰে
সমার্থক :
ইন্দ্রিয়াতন, কায়, গা, গাত্র, তনু, দেহ, দেহপিঞ্জৰ, দেহা, বপু, শৰীল, শৰীৰ