সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো দল বা মানুহৰ মাজত এজন আনজনৰ বিৰোধী হোৱা ভাব
উদাহরণ : কৌৰৱ-পাণ্ডৱৰ মাজত বিভেদ সৃষ্টি কৰি প্রতিশোধ লোৱাই শকুনি মামাৰ উদ্দেশ্য আছিল
সমার্থক : অনৈক্য, অমিল, ফাট, বিভাজন, বিভেদ
অর্থ : সমান নোহোৱা অৱস্থা বা ভাব
উদাহরণ : এই দুয়োটা বস্তুৰ মাজত বহুত পার্থক্য আছে
সমার্থক : অসমানতা, পার্থকয্, প্রভেদ, ভিন্নতা
ইনস্টল