সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শুভ কাম বা ধর্মীয় অনুষ্ঠান কৰিবৰ কাৰণে সাজি লোৱা আচ্ছাদনযুক্ত ভূমি
উদাহরণ : তেওঁ বেদীত বহি কথা কৈ আছে
সমার্থক : বেদিকা, বেদী
অর্থ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য
উদাহরণ : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়
সমার্থক : উপঢৌকন, পাৰিতোষিক
অর্থ : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ
উদাহরণ : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব
সমার্থক : উঁহ, গুৰি, বুনিয়াদ
ইনস্টল