সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পৃথিৱীৰ উপৰিভাগত আৰু অন্য ভাগ তথা সকলো ঠাইতে পোৱা যোৱা পদার্থ
উদাহরণ : ইয়াৰ মাটি বৰ ভাল
সমার্থক : মাটি, মৃত্তিকা, মৃৎ
অর্থ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
উদাহরণ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
সমার্থক : ক্ষেত্র, জেগা, ঠাই, থল, থান, প্রদেশ, স্থল, স্থান
ইনস্টল