সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভূটানৰ অধিবাসী
উদাহরণ : ভালেমান ভূটীয়া মোৰ ভাল বন্ধু
সমার্থক : ভূটান বাসী, ভূটানবাসী, ভূটীয়া
অর্থ : ভূটান দেশৰ ভাষা
উদাহরণ : ৰমেশে অলপ অচৰপ ভূটানী কʼব পাৰে
অর্থ : ভূটানী ভাষাৰ সৈতে সম্বন্ধ থকা বা ভূটানী ভাষাৰ
উদাহরণ : তেওঁ ভূটানী কিতাপৰ সংগ্রহালয় বিচাৰি আছে
অর্থ : ভূটান দেশত থকা বা বসতি কৰা
উদাহরণ : এই আলোচনা ভূটীয়া লোকৰ হিতৰ পক্ষত নাই
সমার্থক : ভূটীয়া
অর্থ : ভূটান বা ভূটানৰ সৈতে সম্বন্ধ থকা
উদাহরণ : মোহনে ভূটানী সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰে
ইনস্টল