সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পৃথিৱীৰ একেবাৰে ওপৰৰ ভাগ
উদাহরণ : সম্পূর্ণ ধৰ্াতল জল আৰু স্থল এই দুই ভাগত বিভক্ত
সমার্থক : ধৰাতল, ভূ-তল, ভূ-ভাগ, মাটি, স্থলভাগ
অর্থ : পানী নথকা ভূমি ভাগ
উদাহরণ : পৃথিৱীৰ তিনিভাগৰ এক অংশ স্থল ভাগেৰে আৱৰা
সমার্থক : থল, ভূ-খণ্ড, মাটি, স্থল, স্থলভূমি
ইনস্টল