সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যুধিষ্ঠিৰৰ সৰু ভায়েক যি অর্জুনতকৈ সৰু আছিল
উদাহরণ : ভীম বহুত শক্তিশালী আছিল
সমার্থক : বৃকোদৰ, ভীমসেন
অর্থ : দীঘল আৰু ডাঙৰ আকাৰৰ গধুৰ গোলাকাৰ এনে এক খণ্ড যিহেৰে কোনো ঠাই সমতল কৰা হয় অথবা শিল-বালি আদি গুড়ি কৰি বাট-পথ আদি নি্র্মাণ কৰা হয়
উদাহরণ : ৰোলাৰ গাড়ীত লগোৱা ৰোলাৰে পথ আদি সমান কৰা হয়
সমার্থক : বেলন, ৰোলাৰ
ইনস্টল