সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যেনেকৈ লাগে সেই ধৰণে বা উচিত প্রকাৰে
উদাহরণ : তেওঁৰ নিচান ভাল সঠিক লাগিলএই জীৱৰ অংগ ভাল দৰে বিকশিত হোৱা নাই
সমার্থক : ভাল দৰে, সঠিক, সঠিক ভাৱে, সঠিককৈ
অর্থ : ভাল ধৰণেৰে
উদাহরণ : মই সোহনক ভালকৈ জানো
সমার্থক : ঠিককৈ, নিৰহ-নিপানীকৈ, বঢ়িয়াকৈ, বেচকৈ, ভালমতে
ইনস্টল