সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
উদাহরণ : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
সমার্থক : খিয়াল, খেয়াল, ভাবনা, মনোভাব
অর্থ : মনত উদয় হোৱা ভাব বা কোনো বিচাৰ
উদাহরণ : মনোভাবৰ ওপৰত নিয়ন্ত্রণ ৰখাটো কঠিন মনলৈ বিভিন্ন ধৰণৰ ভাব আহে
সমার্থক : মনোভাব, মনোভাবনা, মানসিক ভাব
ইনস্টল