অর্থ : ভাগৰুৱা অৱস্থা বা ভাৱ
উদাহরণ :
খেতিয়কে গছৰ ছাঁত বহি ভাগৰ পলুৱাই আছে
সমার্থক : ক্লান্তি, পৰিশ্রান্তি, শ্রান্তি
অর্থ : গোটেই ৰাতি জাগি থকাৰ কাৰণে দেহ-মনলৈ অহা অৱসাদ
উদাহরণ :
বাইদেউৰ বিয়াৰ পিছৰ ভাগৰ এতিয়াও মৰা নাই