অর্থ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
উদাহরণ :
লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
সমার্থক : ছিঙা, টুকুৰা কৰা, ভগা, ভাগি দিয়া, ভাঙি দিয়া
অর্থ : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা
উদাহরণ :
এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা
সমার্থক : টুকুৰা কৰা
অর্থ : কোনো বস্তু টুকুৰা-টুকুৰ হোৱা
উদাহরণ :
কাঁচৰ পাত্রটো হাতৰ পৰা পিছলখাই ভাঙিল
সমার্থক : ভাঙি যোৱা
অর্থ : সম্বন্ধ আদি ভাঙি যোৱা
উদাহরণ :
চালমাৰ বিয়াখন ভাঙি গʼল