সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো ভাঙিছে বা ভঙ্গ হৈছে
উদাহরণ : শিৱৰ ভঙা ধনুখন দেখি পৰশুৰাম কোপিত হʼল
সমার্থক : খণ্ডিত, বিখণ্ডিত, ভগা, ভঙা, ভঞ্জিত
অর্থ : যিটো বাগৰি পৰিছে বা ভাঙি গৈছে
উদাহরণ : তেওঁ ভগ্ন ঘৰত জীৱন-যাপন কৰিবলৈ বাধ্য
সমার্থক : দী্র্ণ, বিদী্র্ণ, ভগা, ভগা-ছিগা, ভঙা, ভঙা-ছিঙা
ইনস্টল