সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ঈশ্বৰ বা দেৱতা আদিৰ ভক্তি কৰে
উদাহরণ : তেওঁ হনুমানৰ ভক্ত
সমার্থক : উপাসক, ভকত, সাধক, সেৱক
অর্থ : যিজনে পূজা কৰে
উদাহরণ : ভগৱানৰ প্রকৃত উপাসক সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ পৰে
সমার্থক : আৰাধক, উপাসক, পূজাৰী
অর্থ : কাৰোবাক দেৱতুল্য মানি ্তেওঁৰ ভক্তি কৰা বা তেওঁৰ পৰম মহত্ত্ব মানি চলা ব্যক্তি
উদাহরণ : তেওঁ ্গান্ধীজীৰ ভক্ত গান্ধীজী অহিংসাৰ পূজাৰী আছিল
সমার্থক : উপাসক, পূজাৰী
ইনস্টল